আমি এটা সপোন ৰচিছিলো আৰু সেই সপোন আজি ১ জানুৱাৰি ২০১৬ বৰ্ষত বাস্তৱত ৰূপায়িত হ'ল । সেয়া হ'ল "অংকুৰণ জাতীয় বিদ্যালয়" । আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে প্ৰচলিত শিক্ষাব্যৱস্থাত নতুন নতুন বিজ্ঞানসন্মত কলা কৌশল প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত গঢ়ি তোলা ।
আমাৰ বিভিন্ন শ্ৰেণীৰ পাঠ্যক্ৰমসমূহ অভিজ্ঞ শিক্ষক দ্বাৰা পৰিচালনা কৰা হয় ।
আমাৰ বিদ্যালয়খন "জাতীয় শিক্ষা সমন্বয় পৰিষদ, অসম"ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ।
উচ্চ মানদণ্ডৰ পাঠ্যক্ৰমৰ লগতে খেল-ধেমালী আৰু নৃত্য-গীতৰ চৰ্চ্চা তথা কম্পিউটাৰ শিক্ষাও প্ৰদান কৰা হয় ।
ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰামৰ্শক বিদ্যালয়ৰ কৰ্তৃপক্ষ্যই সদায় সৰ্ন্মান জনাই ।
" এনেকৈ জীয়াই থাকা যেন তুমি কাইলৈ মৰিবা । এনেকৈ শিকা যেন তুমি চিৰদিনৰ কাৰণে জীয়াই থাকিবা । "
© 2018 Design by Arizan Institute Pvt Ltd