অংকুৰণ

জাতীয় বিদ্যালয়

আমাৰ বিষয়ে

আমি এটা সপোন ৰচিছিলো আৰু সেই সপোন আজি ১ জানুৱাৰি ২০১৬ বৰ্ষত বাস্তৱত ৰূপায়িত হ'ল । সেয়া হ'ল "অংকুৰণ জাতীয় বিদ্যালয়" । আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে প্ৰচলিত শিক্ষাব্যৱস্থাত নতুন নতুন বিজ্ঞানসন্মত কলা কৌশল প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত গঢ়ি তোলা ।

অভিজ্ঞ শিক্ষক

আমাৰ বিভিন্ন শ্ৰেণীৰ পাঠ্যক্ৰমসমূহ অভিজ্ঞ শিক্ষক দ্বাৰা পৰিচালনা কৰা হয় ।

স্বীকৃতি প্ৰাপ্ত

আমাৰ বিদ্যালয়খন "জাতীয় শিক্ষা সমন্বয় পৰিষদ, অসম"ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ।

পাঠ্যক্ৰম

উচ্চ মানদণ্ডৰ পাঠ্যক্ৰমৰ লগতে খেল-ধেমালী আৰু নৃত্য-গীতৰ চৰ্চ্চা তথা কম্পিউটাৰ শিক্ষাও প্ৰদান কৰা হয় ।

অভিভাৱক

ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰামৰ্শক বিদ্যালয়ৰ কৰ্তৃপক্ষ্যই সদায় সৰ্ন্মান জনাই ।

বিদ্যালয় শ্ৰেণীসমূহ

Pre-School Class

অংকুৰ আৰু মুকুল শ্ৰেণী হৈছে প্ৰাৰ্ক-প্ৰাৰ্থমিক শ্ৰেণী।                     

L.P. School Class

প্ৰথম, দ্বিতীয়, তৃতীয়, চৰ্তুথ আৰু পঞ্চম শ্ৰেণীসমূহ প্ৰাৰ্থমিক শ্ৰেণীৰ অৰ্ন্তগত।

High School Class

ষষ্ট, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীসমূহ উচ্চ শ্ৰেণীৰ অৰ্ন্তভুক্ত।

আমাৰ পৰিচালনা সমিতি

সমিতি ১১জনীয়া পৰিচালনা সমিতিৰে আমাৰ বিদ্যালয়খনৰ আন্তঃগাঠনি পৰিচালিত হয় ।

ভাবাদর্শী

"  এনেকৈ জীয়াই থাকা যেন তুমি কাইলৈ মৰিবা । এনেকৈ শিকা যেন তুমি চিৰদিনৰ কাৰণে জীয়াই থাকিবা ।   "

-  ~ মহাত্মা গান্ধী

© 2018 Design by Arizan Institute Pvt Ltd